as_obs-tn/content/24/03.md

1.3 KiB

তেওঁলোকৰ পাপৰ পৰা মনপালটন কৰিছিল

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "তেওঁলোকৰ পাপৰ বিষয়ে অনুতাপ কৰিলে" বা "নিজৰ পাপৰ বিষয়ে নিজৰ মনক সলনি কৰা" বা "নিজৰ পাপৰ পৰা দূৰ হৈ গ'ল"

অনুতাপ নকৰিলে

অৰ্থাত, "নিজৰ পাপৰ পৰা দূৰ নহল।"

তেওঁলোক পাপবোৰ স্বীকাৰ কৰা

কোনো সত্য বিষয়ক স্বীকাৰ কৰা। এই নেতাসকলে তেওঁলোকে পাপ কৰিছে বুলি স্বীকাৰ কৰা নাছিল। ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি যে, "স্বীকাৰ কৰক যে তেওঁলোক পাপ কৰিছিল"

শব্দৰ অনুবাদ