as_obs-tn/content/24/01.md

1.9 KiB

মৰুভুমি

অৰ্থাত, "মৰুভুমি" বা "এক দূৰস্ত মৰুভূমিৰ দৰে ঠাই" এই ক্ষেত্ৰত কম পৰিমানে লোক থাকিছিল।

অৰণ্য় মৌ-ৰস

এই ৰস জংগলৰ মৌ-মাখিৰ প্ৰকৄতিক উৎপাদন আছিল; মানুহৰ দ্বাৰা ইয়াৰ খেতি কৰা হোৱা নাছিল। যদি ইয়াক, "ৰস" শব্দৰ পৰাই লোকসকলে বুজি পায়, তেনেহলে "বনৰীয়া" শব্দটো ব্যৱহাৰ কৰাৰ প্ৰয়োজন নহবও পাৰে।

কাকতী-ফৰিং

ই বহুত ডাঙৰ, পাঁখিৰ সৈতে ফৰিং, বহুত ডাঙৰ ফৰিং আছিল। যিসকলে মৰভুমিত বাস কৰিছিল তেওঁলোকে সেই ফৰিংবোৰ খাইছিল।

ঊটৰ চুলি

এটা ঊট এনেকুৱা এটা জন্তু যাৰ গাৰ চুলি বহুত ডাঁট থাকে। মানুহ ইয়াৰ পৰা কাপোৰ তৈয়াৰ কৰিব পাৰে। ইয়াৰ অনুবাদ "মোটা জন্তুৰ চুলি" বাক্যাংশৰ দৰে কৰিব পাৰি।

ঊটৰ চুলিৰে তৈয়াৰ কৰা হয় কাপোৰ।

অৰ্থাত, "ঊটৰ চুলিৰে মোটা কাপোৰ তৈয়াৰ কৰা হয়।" এই কাপোৰ আন কাপোৰৰ দৰে মৰুভুমিত সচৰাচৰে নুলাই।

শব্দৰ অনুবাদ