as_obs-tn/content/23/10.md

857 B

জ্ঞানী মানুহবোৰ

চাওক আপুনি কেনেকৈ এই শব্দৰ অনুবাদ কৰিছে২৩:০৯

মুৰ দোঁৱাই

অৰ্থাত, "মাটিফালে মুৰ দোঁৱা" সেই সময়ত, অতিকৈ সন্মান বা শ্ৰদ্ধা দেখুৱাবৰ প্ৰথাগত নিয়ম আছিল।

মুল্য়ৱান

অৰ্থাত "বহুত মুল্য়ৱান"

বাইবেলৰ কাহিনীৰ পৰা

এই প্ৰসংগটো কিছুমান বাইবেল অনুবাদত অলপ বেলেগ হব পাৰে।

শব্দৰ উদাহৰণ