as_obs-tn/content/23/05.md

1.3 KiB

থাকিবলৈ ঠাই নাই

অৰ্থাত, "থাকিবলৈ সামান্য় ঠাই নাছিল" কিয়নো বৈৎলেহেমত সেই সময়ত ইমানে মানহ ভিড় হৈছিল, আলহি সকলৰ বাবে কোঠাবোৰ ইতিমধ্যে ভৰ্তি হৈ পৰিছিল।"

জীব জন্তু থকা স্থানত

ই জন্তুবোৰৰ ৰখা এখন ঠাই আছিল, মানুহ থকা ঠাই নাছিল। ইয়াক এনেকুবা শব্দৰ লগত অনুবাদ কৰা যি সাধাৰণৰূপত এক এনেকুৱা ঠাইৰ বাবে প্ৰয়োগ কৰা হয় য'ত জন্তুক ৰখা হৈছিল।

ভৰণপোষণ যোগেদি

অৰ্থাত, "পশুৰ দানা পাত্ৰ" বা "জন্তুক খোৱাবৰ কাৰণে কাঠৰ বা পাথৰৰ পত্ৰ।" শিশুটোক শুৱাবলৈ দানা পাত্ৰ খন খেৰ আৰু ঘাঁহেৰে ঢাকিছিল ।

শব্দৰ উদাহৰণ