as_obs-tn/content/23/04.md

1.2 KiB

যেতিয়া মৰিয়মে জন্ম দিয়াৰ সময় ওচৰ পাইছিল

অৰ্থাত, "যেতিয়া মৰিয়মৰ গৰ্ভাৱস্থাৰ অন্ত হোৱা সময় ওচৰ হৈছিল।"

ৰোমৰ চৰকাৰ

ৰোম সেই সময়ত ইস্ৰায়েলত বিজয় আৰু শাসন কৰিছিল

জনগণৰ কাৰণে

অৰ্থাত, "চৰকাৰৰ অভিলেখৰ কাৰণে হিচাপ কৰা" বা "যাতে চৰকাৰে সকলোৰে নাম এক সুচিত লিখে" বা "চৰকাৰৰ দ্ৱাৰা হিচাপ কৰিবৰ কাৰণে" ই জনগণৰ সম্ভৱতা: লোকসকলৰ ওপৰত কৰ লগাবৰ উদ্দেশ্য়ত কৰা হৈছিল।

শব্দৰ উদাহৰণ