as_obs-tn/content/23/02.md

1013 B

মৰিয়মক নিজৰ পত্নী ৰূপে লবলে ভয় নকৰিবা

ইয়াৰ অনুবাদ এই ৰূপতো কৰিব পাৰি, "তুমি মৰিয়মক বিবাহ কৰিবলৈ ভয় নকৰিবা" বা "মৰিয়মক নিজৰ পত্নী হিচাপে গ্ৰহন কৰিবলৈ সঙ্কোচ নকৰিবা।"

পবিত্ৰ আত্মাৰ পৰা

অৰ্থাত, "পবিত্ৰ আত্মাৰ আচৰিত কৰ্মৰ পৰা গৰ্ভধাৰণ কৰা হৈছিল।"

শব্দৰ উদাহৰণ