as_obs-tn/content/23/01.md

2.5 KiB

তেওঁ জানিছিল যে সেইটো ল'ৰা তেওঁৰ নাছিল

অৰ্থাত, "তেওঁ জানিছিল যে তেওঁ গৰ্ভৱতী হোৱাৰ কাৰণ তেওঁ নাছিল।

মৰিয়ম লজিত্ৱ হবলৈ

অৰ্থাত, "মৰিয়মক সৰ্বজনিত ৰূপত অপমানিত হোৱাৰ কাৰণে" বা "মৰিয়মক সৰ্বজনিত ৰূপত লজিত্ৱ হোৱাৰ কাৰণে।" যদিও তেওঁ ব্য়াভিচাৰ কৰা যেন লাগিলেও যোচেফ মৰিয়মৰ প্ৰতি দয়াৱান আছিল।

তেওঁ শান্তভাবে পত্নীত্য়াগ কৰিবলৈ ভাবিলে

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "তেওঁ বেলেগক নকয়ে তেওঁক পত্নীত্য়াগ কৰিবলৈ পৰিকল্পনা কৰিলে" বা "তেওঁৰ গৰ্ভাবস্থাৰ বিষয়ে আনক নোকোৱাকৈ পত্নীত্য়াগ কৰিবলৈ আচঁনি লৈছিল" কিয়নো যোচেফ ধাৰ্মিক আছিল, সেয়ে তেওঁ পৰিস্থিতিক ভালদৰে চম্ভালিব বিছাৰিছিল, যি সেই সংস্কৃতিত তেওঁক শান্তভাবে পত্নীত্য়াগ কৰিব।

তেওঁক পত্নীত্য়াগ কৰা

কিছুমান ভাষাত ইয়াক ভালকৈ কব পাৰি, "তেওঁলোকৰ বন্দবস্ত ভাঙিল।" যোচেফ আৰু মৰিয়মৰ বাগদান হৈছিল বা " বিয়া কৰিবৰ কাৰণে বচন দিয়া হৈছিল" কিন্তু যিহুদী সংস্কৄতিত বাগদান ভাঙিবলৈ তালাকৰ অৱশ্য়কতা আছিল।

সপোনত

অৰ্থাত, "যেতিয়া তেওঁ শুই গৈছিল আৰু সপোন দেখিছিল।"

শব্দৰ উদাহৰণ