as_obs-tn/content/22/06.md

1.5 KiB
Raw Permalink Blame History

এলিজাবেথ

এলিজাবেথৰ বিষয়ে টোকা চাওক২২:

এলিজাবেথে মৰিয়মৰ অভিবাদন শুনাৰ লগে লগে

কিছুমান ভাষাত ইয়াক কবলৈ ভাল হব পাৰে, "মৰিয়মে এলিজাবেথক অভিবাদন কৰিলে আৰু এলিজাবেথে শুনাৰ লগে লগে।"

ল'ৰাজন তেওঁৰ ভিতৰত জপিয়াইছিল।

মৰিয়মে এলিজাবেথক অভিবাদন কৰাত এলিজাবেথৰ গৰ্ভত লৰাজন চলাচল কৰিছিল

ঈশ্ৱৰে তেওঁলোকৰ কাৰণে কি কৰিছিল?

ই এই তথ্য়ক সন্দৰ্ভিত কৰে যে দুয়োজনী মহিলা ঈশ্ৱৰৰ অলৌকিক হস্তক্ষেপৰ যোগেদি গৰ্ভৱতী হৈছিল। মৰিয়মে পুৰুষৰ অবিহনে গৰ্ভধাৰণ কৰিছিল, আৰু এলিজাবেথ জখৰিয়াৰ সৈতে বয়স পাৰ হোৱাৰ পাছতো গৰ্ভধাৰণ কৰিছিল।

শৱ্দৰ অনুবাদ