as_obs-tn/content/22/04.md

2.1 KiB

ছয় মাহৰ গৰ্ভৱতী

নতুবা তেওঁ ছয় মাহৰ গৰ্ভৱতী আছিল বা তেওঁ গৰ্ভৱতী হোৱা ছয় মাহ হৈছিল।

গৰ্ভৱতী

গৰ্ভঅৱস্থাৰ বিষয়ে বিভিন্ন ভাষাত বিভিন্ন উপমা আছে, যেনে "তেওঁ সন্তান সৈতে আছিল" বা "তেওঁৰ শৰীৰত এজন আছিল" বা "তেওঁ গৰ্ভ আছিল।" কিছুমান ভাষাত ইয়াৰ বিষয়ে বিনম্ৰতা ৰূপে কবলৈ বিশেষ উপায় আছে, যেনে "তেওঁ আশা কৰি আছিল" এটা এনেকুবা অভিব্য়ক্তিৰ ব্যৱহাৰ কৰক যি পাঠকক লজিত নকৰে।

এলিজাবেথ

তাই জখৰিয়াৰ পত্নী আছিল। এজন স্ৱৰ্গৰদূতে জখৰিয়াক কলে যে, এলিজাবেথে এজন ল'ৰাক জন্ম দিব।

এলিজাবেথৰ পৰিয়ালবৰ্গ

বহুতো অনুবাদত কয়, "সম্পৰ্কীয় ভাই-ভনী" ইয়াত কিন্তু আমি সঠিককৈ নাজানো যে এই দুই গৰাকী মহিলাৰ সম্পৰ্ক কি আছিল। সাধাৰণ শব্দ যেনে "সম্বন্ধীয়" "পৰিজন" বা "সম্পৰ্কীয় ভাই-ভনী" ৰ প্ৰয়োগ কৰিব পাৰি।

বন্দবস্ত আছিল

অৰ্থাত, "প্ৰতিজ্ঞা কৰিছিল"

শৱ্দৰ অনুবাদ