as_obs-tn/content/22/02.md

1.0 KiB

স্ৱৰ্গৰদূত

ই সেই স্ৱৰ্গৰ দূতক সন্দৰ্ভিত কৰে যি জখৰিয়াৰ ওচৰত আহিছিল [২২:০১] (২২:০২)

পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ

অৰ্থাত, "পবিত্ৰ আত্মাৰ দ্ৱাৰা নিয়ন্ত্ৰিত" বা "পবিত্ৰ আত্মাৰ দ্ৱাৰা জ্ঞান আৰু শক্তি দিয়া হল"

মই কেনেকৈ গম পাম যে এইটো হব?

ইয়াক আন এটা উপায়ে অনুবাদ কৰিব পাৰি, "মই কেনেকৈ সুনিশ্চিত কৰিব পাৰো যে এইটো প্ৰকৃততে হব?

শৱ্দৰ অনুবাদ