as_obs-tn/content/21/14.md

1.1 KiB

মৃত লোকসকলৰ পৰা তেওঁক উঠালে

অৰ্থাত, "তেওঁ পুনৰ জিৱীত হব।"

মচীহৰ মৄত্য়ু আৰু পুনৰুত্থানৰ মাধ্য়মেৰে , ঈশ্ৱৰে কৰিব

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "ঈশ্ৱৰ মচীহৰ মৄত্য়ু আৰু পুনৰুত্থানৰ ব্যৱহাৰ কৰিব" বা মচীহৰ মৄত্য়ু আৰু পুনৰুত্থানৰ সেই পথ হব যি ঈশ্ৱৰে কৰিব।"

নতুন নিয়ম আৰম্ভ কৰা

অৰ্থাত, "নতুন নিয়ম লাঘু কৰা"

শব্দৰ অনুবাদ