as_obs-tn/content/21/13.md

1.5 KiB

একো পাপ নাই

ইয়াৰ অনুবাদ "তেওঁ কেতিয়াও পাপ কৰা নাছিল" এনে ৰূপতো কৰিব পাৰি।

আনৰ পাপৰ শাস্তি পাইছিল

অৰ্থাত, "সেই শাস্তি পাবলৈ যি লোক অধিকাৰি আছিল তেওঁ নিজৰ ওপৰত ললে" বা আন লোকৰ স্থান দণ্ডিত হ'ব।"

ই ঈশ্ৱৰৰ ইচ্ছা আছিল।

অৰ্থাত, "ই ঈশ্ৱৰৰ উদ্দেশ্য়ক পুৰ কৰিলে" এই বাক্য়াংশৰ অৰ্থ হল মচীহৰ মৄত্য়ু ঠিক সেই প্ৰকাৰে হল যেনেকে ঈশ্ৱৰে পৰিকল্পনা কৰিছিল যে তেওঁৰ বলিদানে মানুহৰ পাপৰ মূল্য পৰিশোধ কৰিব।

গুড়ি কৰা

অৰ্থাত, "মৰিবলৈ সম্পুৰ্ণ ৰূপে নষ্ট কৰা" বা "সম্পুৰ্ণ ৰূপে ধ্বংস কৰিবলে"

শব্দৰ অনুবাদ