as_obs-tn/content/21/11.md

1.8 KiB

অকাৰণে ঘৃণা আৰু নাকচ কৰিলে

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "ঘৄণা আৰু অস্বীকাৰ, যদিও তেওঁ একো ভুল কৰা নাই" অথবা "... যদিও তেওঁলোক নিৰ্দোষী আছিল।"

পুৰ্বাভাস

ইয়াৰ অৰ্থ হ'ল যে তেওঁলোক ভৱিষ্য়তত হবলগীয়া ঘটনাক কৈছিল। অন্য় শৱ্দ যাৰ সমান অৰ্থ হয়, "ভৱিষ্য়বাণী" আৰু "পুৰ্বানুমান"।

তেওঁৰ পোচাকৰ কাৰণে জুৱা খেলা

অৰ্থাত, "তেওঁৰ পোচাক কোনে জিকিব নিৰ্ধাৰণ কৰিবলৈ এক খেল খেলিব।"

জখৰিয়া

জখৰিয়া এটা পুৰণি নিয়মৰ ভাববাদী আছিল যি বেবিলনত নিৰ্বাসন কৰা ভুমিত প্ৰতিজ্ঞা কৰা দেশত পুনৰ অহাৰ পাছত ঈশ্ৱৰৰ লোকসকলৰ লগত কথা পাতিছিল। ই মচীহ অহা প্ৰায় ৬০০ বছৰৰ আগতে আছিল।

ত্ৰিশটা ৰূপৰ মূদ্ৰা

সেই সময়ত, ইয়াৰ প্ৰত্য়েক মুদ্ৰা এজন মানুহৰ চাৰি দিনৰ উপাৰ্জনৰ ৰাশি সমান আছিল।

শব্দৰ অনুবাদ