as_obs-tn/content/21/09.md

1.9 KiB
Raw Permalink Blame History

মলাখী

মলাখী পুৰণি নিয়মত অন্তিম ভাববাদী আছিল।

পূৰ্বেই কোৱা

ইয়াৰ অনুবাদ "ভৱিষ্য়বাণী" বা "পুৰ্বানুমান" ৰূপে কৰিব পাৰি। ইয়াৰ অৰ্থ হৈছে ভৱিষ্য়তত হব লগাটো বৰ্তমানতেই কোৱা। মচীহ অহা বছৰৰ আগতে মলাকীয়ে লোকসকলক ঈশ্ৱৰৰ বাৰ্ত্তা দিছিল।

পুৰ্বানুমান কৰিছিল

এই সন্দৰ্ভত "ভৱিষ্য়বাণী" ৰ সেই অৰ্থ আছে যি "ভৱিষ্য়বাণী" আৰু "পুৰ্বানুমান" ৰে কিয়নো ইয়াৰ অৰ্থ হল যে ভৱিষ্য়বক্তাবোৰে কিছু এনেকুৱা কোৱা যিটো বহু আগত ভৱিষ্য়তত হব।

মচীহ এজন কুঁৱাৰীৰ পৰা জন্ম গ্ৰহন কৰিব

ইয়াক কবলৈ আৰু এক উপায় হব, "এজনী কুৱাৰীয়ে মচীক জন্ম দিব।"

মীখা

মীখা পুৰণি নিয়মৰ এজন ভৱিষ্য়বক্তা আছিল, যি যিচয়াৰ দৰে, মচীহ অহাৰ প্ৰায় ৮০০ বছৰৰ আগতে ইশ্ৱৰৰ বাক্য় কৈছিল।

শব্দৰ অনুবাদ