as_obs-tn/content/21/08.md

1.2 KiB

তেওঁৰ পূৰ্বজ দায়ুদৰ সিংহাসনত আসন লোৱা

সিংহাসন এজন ৰজা বা ৰাণীৰ কাৰণে আনুষ্ঠানিক চকী হয় যি তেওঁলোকৰ ক্ষমতা প্ৰতিনিধিত্ব কৰে। এই অভিব্যক্তিৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "তেওঁৰ পুৰ্বপুৰুষৰ ৰজা দায়ুদে যেনেকৈ কৰিছিল তেনেকৈ শাসন কৰিবৰ অধিকাৰ আছে" বা "ৰজা দায়ুদৰ বংশ আৰু ঈশ্ৱৰৰ লোকসকলৰ ওপৰত নিজৰ শাসন অব্যাহত ৰখা।"

গোটেই পৄথিৱী

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "প্ৰতিটো স্থানত প্ৰত্যেকজনত।"

শব্দৰ অনুবাদ