as_obs-tn/content/21/07.md

1.9 KiB

পক্ষে

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "লাভৰ কাৰণে" বা "স্থানত"

তেওঁলোকৰ পাপৰ শাস্তিৰ বিকল্পৰ ৰূপত

ঈশ্ৱৰে লোকসমুহক নিজৰ পাপৰ কাৰণে জন্তুবোৰক আনিবলৈ অনুমতি দিলে, কাৰণ তেওঁলোক ইয়াৰ যোগ্য় আছিল আৰু তেওঁলোকৰ পাপক দূৰ কৰিবলৈ ঈশ্ৱৰৰ ওপৰত নিৰ্ভৰশীল আছিল। ঈশ্ৱৰে সেই বলিদানক পাপৰ কাৰণে এক অস্থায়ী আবৰণৰ ৰূপত স্ৱীকাৰ কৰিছিল আৰু লোকসকলক দণ্ড দিয়া নাছিল।

উত্তম মহা পুৰোহিত

অন্য় পুৰোহিতসকলৰ বিপৰীতে, মচীহ কেতিয়াও পাপ নকৰে আৰু তেওঁ স্থায়ী ৰূপে মানুহৰ পাপ দূৰ কৰিব

নিজকে দান কৰা

অৰ্থাত, "নিজকে মৃত্যুৰ কাৰণে অনুমতি দিয়া"

পুৰ্ণ বলিদান

অৰ্থাত, "এটা বলিদান যি নিৰ্দোষী আৰু নিষ্কলঙ্ক আছিল।"

শব্দৰ অনুবাদ