as_obs-tn/content/21/01.md

1.8 KiB

একেবাৰে আৰম্ভনীৰ পৰা

অৰ্থাত, যেতিয়া পৰা পৄথিবী প্ৰথম বাৰৰ বাবে সৄষ্টি কৰিছিল।

সাপৰ মুৰ গুড়ি কৰা

যেতিয়ালৈকে বিষাল সাপৰ মুৰ গুড়ি নকৰে তেতিয়ালৈকে সাপ যিকোনো লোকক অনিষ্ট কৰিব পাৰে। "গুড়ি" ৰ কাৰণে এটা শব্দ ব্য়ৱহাৰ কৰক যি কব যে তাৰ মুৰ নষ্ট কৰা হল।

সাঁপ …চয়তান আছিল

চয়তানে সাঁপৰ ৰূপ ধৰি হাৱাৰ লগত কথা পাতিছিল। ইয়াৰ অৰ্থ এইটো নহয় যে সি এতিয়াও এটা সাঁপ হয়। ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "সাঁপ.....চয়তানৰ এক ৰূপ আছিল।"

যিজনে হাৱাক প্ৰতাৰণা কৰিলে

অৰ্থাত, "যিজনে হাৱাক মিছা কলে" সাঁপে ঈশ্বৰে কোৱা কথাত সন্দেহ কৰিবলৈ হাৱাক পৰিচালনা কৰিলে আৰু তেওঁক ঈশ্বৰৰ অৱজ্ঞা কৰিবলৈ ঠগিলে।

শব্দৰ অনুবাদ