as_obs-tn/content/20/13.md

1.8 KiB

লোক

অৰ্থাত, ইস্ৰায়েলসকল যাকোবৰ বংশ, যিসকলক এতিয়া যিহুদী বুলি কোৱা হয়।

দেৱাল

এই দেৱাল বহুত ডাঠ (২.৫মিটাৰ) আছিল আৰু চহৰখনক আক্ৰমনকাৰীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে গঢ়িছিল।

অন্য় লোকৰ দ্ৱাৰা শাসিত

অৰ্থাত আন দেশে তেওঁলোকক নিয়ন্ত্ৰিত কৰিলে। সেই সময়ত যিহূদীসকলক পাৰ্চী শাসন কৰিছিল আৰু পাছত অন্য় দেশৰ দ্ৱাৰা শাসিত হৈছিল।

আকৌ এবাৰ

কিছুমান ভাষাত ইয়াৰ অনুবাদৰ অৱশ্য়কতা হব পাৰে, "এতিয়া" বা, "তেওঁলোকৰ পূৰ্বপুৰুষে কৰাৰ দৰে" বা "নিৰ্বাসনৰ ঠিক আগত"

মন্দিৰত আৰাধান কৰিছিল

তেওঁলোকে যিহোৱা, এক সত্য় ঈশ্ৱৰক আৰাধান কৰিলে, তেওঁলোকে মন্দিৰ পুনৰ নিৰ্মান কৰিলে।

বাইবেলৰ এখন কাহিনী

এই প্ৰসংগটো কিছুমান বাইবেল অনুবাদত অলপ বেলেগ হব পাৰে।

শব্দৰ অনুবাদ