as_obs-tn/content/20/11.md

2.0 KiB

সত্তৰ বছৰৰ পাছত

ই সেই সত্তৰ বছৰক সন্দৰ্ভিত কৰিছে যি সময়ত বেবিলনৰ সৈনিকৰ দ্ৱাৰা যিৰূচালেমৰ লোকসকলক নিৰ্বাসনত ৰাখিছিল।

কোৰচ

কোৰচক, "মহান কোৰচ " বুলিও কোৱা হৈছিল। "কোৰচ নামৰ অৰ্থ হল "ফাৰ্চী ভাষাত সূয্য়ৰ দৰে"। কোৰচ ইতিহাস এজন মহত্ৱপূৰ্ণ লোক আছিল। সেইকাৰণে ইয়াৰ অৰ্থ অনুবাদ কৰাৰ সলনি তেওঁৰ নামৰ অনুবাদ কৰা সকলোতকৈ ভাল হব পাৰিছিল।

পাৰ্চী

পাৰ্চী সাম্ৰাজ্য় মধ্য় এচিয়াৰ পৰা মিচৰলৈকে আবিৰ বলে আগ বাঢ়িছে। তেওঁলোকৰ চহৰ আধুনিক ইৰাণ সামান্য় ক্ষেত্ৰত অৱস্থিত।

ইস্ৰায়েলসকলক যিহুদী বুলি মাতিছিল

ইয়াৰ অনুবাদ এই ৰূপতো কৰিব পাৰি, "মানুহবোৰে তেতিয়া ইস্ৰায়েলীসকলক "যিহুদী" কৈছিল।"

যিহুদাৰ ভুমি

অৰ্থাত, সেইটো ক্ষেত্ৰ য'ত নিৰ্বাসনৰ আগতে যিহুদা ৰাজ্য় অৱস্থিত আছিল। যিৰূচালেম যিহুদাসকলৰ ৰাজধানী আছিল।

শব্দৰ অনুবাদ