as_obs-tn/content/20/09.md

1.4 KiB
Raw Permalink Blame History

পিছফালে এৰিদিছিল

অৰ্থাত, "যিহুদাত কেৱল দুখীয়াসকলক এৰি দিয়া" অথবা "কেৱল সকলোতকৈ দুখীয়াবোৰক যিহুদাত থাকিবলৈ দিয়া।"

সময়ৰ এই ম্য়াদ

ইয়াৰ অনুবাদ কৰিবলৈ হলে, এটা বাক্য়াংশ বাচি সেই দীৰ্ঘ সময়ৰ উল্লেখ কৰিব পাৰে, কিয়নো এই নিৰ্বাসনৰ ম্য়াদ সত্তৰ বছৰলৈকে চলিছিল।

নিৰ্বাসন

"নিৰ্বাসন" শব্দৰ অৰ্থ হল যিকোনো ব্য়ক্তিক বাধ্য় কৰি নিজৰ দেশৰ পৰা আঁতৰ কৰা। "নিৰ্বাসন" এই বছৰৰ ম্য়াদৰ কাৰণে শব্দ হয় যেতিয়া ইস্ৰায়েলীলোকক বেবিলনত থাকিবলৈ বাধ্য় কৰাইছিল।

শব্দৰ অনুবাদ