as_obs-tn/content/20/08.md

1.0 KiB

শাস্তি দিয়া

নবুখদনেচৰে যিহুদাৰ ৰজাক নিজৰ সৈনিকবোৰৰ দ্বাৰাই দণ্ড দিছিল।

তেওঁৰ সন্মুখত

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "য'ত তেওঁ দেখিব পাৰিছিল" বা "যাতে তেওঁ তাক দেখিব পাৰে," বা "তেওঁৰ চকুৰ ওচৰত"

তেওঁক অন্ধ কৰিদিছিল

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "তেওঁৰ চকুবোৰ নষ্ট কৰি দিলে"

শব্দৰ অনুবাদ