as_obs-tn/content/20/06.md

1002 B

সাম্ৰাজ্য়

চাওক আপুনি কেনেকৈ অনুবাদ কৰিছিলে[২০:০২] (২০:০২)।

সন্মত হোৱা

যিহুদাৰ ৰজাক বেবিলনৰ ৰজাক সেৱা কৰিবলৈ নাইবা নষ্ট হবলে বাধ্য় কৰাইছিল।

নবুখদনেচৰৰ দাস হ

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "নবুখদনেচৰৰ আজ্ঞাৰ অধিনত যিহুদাত শাসন কৰা"

শব্দৰ অনুবাদ