as_obs-tn/content/20/02.md

915 B

দুয়োটা ৰাজ্য়

ই ইস্ৰায়েল আৰু যিহুদা দুয়োটা ৰাজ্য়ক সন্দৰ্ভিত কৰিছে।

সম্ৰাজ্য়

এখন দেশ যেতিয়া আন বহু দেশ অধিকাৰ কৰিবলৈ পৰ্যাপ্ত শক্তিশালী হয় তেতিয়া এখন "সাম্ৰাজ্য়" কোৱা হৈছিল।

লৈ গল

তাক, "চুৰি কৰা হল" তেওঁলোকে সেই মুল্য়ৱান বস্তুবোৰ চুৰি কৰিলে আৰু সেইবোৰ অচিৰিয়াত নিলে।

শব্দৰ অনুবাদ