as_obs-tn/content/20/01.md

1.3 KiB

প্ৰতিজ্ঞা ভাংগিলে

অৰ্থাত, " ঈশ্ৱৰে চীনয় পৰ্বতত তেওঁলোকৰ সৈতে তেওঁৰ নিয়ম দিছিল সেই আজ্ঞাবোৰ তেওঁলোকে পালন নকৰিলে।"

তেওঁলোকক অনুতাপ কৰিবলৈ আৰু পুনৰ তেওঁক আৰাধানা কৰিবলৈ সতৰ্ক কৰিছে

ইয়াৰ অনুবাদ কৰিবলৈ আৰু এক উপায় আছে, "তেওঁলোকক পাপ নকৰিব কাৰণে আৰু অন্য় দেবতাৰ উপাসনা নকৰি যিহোৱাক আৰাধান কৰিবলৈ কোৱা, অথবা তেওঁলোকৰ সৈতে ভয়ঙ্কৰ ঘটিব।"

শব্দৰ অনুবাদ