as_obs-tn/content/19/17.md

784 B

শুকান কুঁৱা

এই কুঁৱাত বৰ্তমানত যদিও পানী নাছিল তাৰ তলিত এতিয়াও বোকা আছিল। ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "খালী কুঁৱা।"

তেওঁৰ ওপৰত দয়া কৰিছিল

ইয়াৰ অৰ্থ হৈছে তেওঁ যিৰিমিয়াক দয়া আৰু সহায় কৰিছিল।

শব্দৰ অনুবাদ