as_obs-tn/content/19/13.md

662 B

আকাশ খন কলা হৈ গল

অৰ্থাত, "আকাশখন বহুত আন্ধকাৰ হৈ গ'ল" আকাশখনত ভাৰী বৰষুনৰ ডাৱৰে ঢাকি ধৰিছিল যেন ধোৱাৰ দৰে বা ক'লা বৰণ হৈ পৰিছিল।

খৰাং

ই, "দীৰ্ঘদিন ধৰি বৰষুন নোহোৱা।"

শব্দৰ অনুবাদ