as_obs-tn/content/19/10.md

1.3 KiB

আমাক দেখুৱা

এইটো, "আমাক প্ৰমাণ কৰা" বা "আমাক প্ৰদৰ্শিত কৰা।"

মই আপুনাৰ দাস

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "আপুনি মোক আপুনাৰ সেৱা আৰু এইদৰে কৰিবলৈ অধিকাৰ দিলে।"

মোক উত্তৰ দিয়ক

সেইটো, "মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ক" অথবা "সেই জুইক পঠাওক যি মই খুজিছিলো।"

সেইলোকসকল যাতে জানে

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "সেই লোকসকল দেখিব আৰু বুজি পাব।"

শব্দৰ অনুবাদ