as_obs-tn/content/19/05.md

1.5 KiB

আহাবৰ লগত কথা পাতক কাৰণে তেওঁক পঠিয়াবলৈ আছিল।

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "আহাবক কোৱা যে ঈশ্ৱৰে পঠিয়াবলৈ আছিল।"

আপুনি সমস্য়াকাৰী

ইয়াৰ অৰ্থ হল, "আপুনি এজন বিপদকাৰি" আহাব এলিয়াৰ বিষয়ে ৰজাক অভিযোগ কৰি এই কথা কৈছিল যে তেওঁ বৰষুন ৰখাই ভুল কাম কৰি আছিল।

আপোনালোক যিহোৱাক পৰিত্য়াগ কৰিলে

এইটোৱে, "আহাবে ইস্ৰায়েলীসকলক উপাসনা আৰু যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ বন্ধ কৰিলে।

কৰ্মিল পৰ্বত

কৰ্মিল পৰ্বত ইস্ৰায়েলৰ উত্তৰ দিশত থকা এক পৰ্বত। ই ৫০০ মিটাৰতকৈ অধিক ওখ।

শব্দৰ অনুবাদ