as_obs-tn/content/19/04.md

2.0 KiB

চুবুৰীয়াৰ দেশ

ই সেইটো দেশক সন্দৰ্ভিত কৰিছে যিটো ইস্ৰায়েলৰ লগত এক সীমাৰ কাষে-কাষে আছিল অথবা অংশীদাৰি দিছিল।

আকাল

যদি আৱশ্যক হয়, ইয়াৰ অনুবাদ এইদৰে কৰিব পাৰে, "খৰাংৰ কাৰণে হোৱা আকাল।"

ধ্য়ান ৰখা

ইয়াৰ অৰ্থ এইটো হয় যে তেওঁলোকে নিজৰ ঘৰত তেওঁক থাকিবলৈ ঠাই দিছিল আৰু তেওঁৰ কাৰণে আহাৰো যোগান দিছিল। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ ৰুগী আছিল।

ঈশ্ৱৰে তেওঁলোকৰ কাৰণে প্ৰদান কৰিলে...কেতিয়াও উদং নহল

ইয়াৰ অনুবাদ এই প্ৰকাৰত কৰিব পাৰি, "ঈশ্ৱৰে তেওঁৰ আটাৰ পাত্ৰ আৰু অনেক তেলৰ বটলবোৰক খালি হবলৈ নিদিলে" বা "ঈশ্ৱৰৰ কাৰণে... কেতিয়াও খালি নহল।"

আটাৰ পত্ৰ

ই এক মাটিৰ পত্ৰক সন্দৰ্ভিত কৰিছে যত বিধবা জনীয়ে আটা ৰাখিছিল।

তেলৰ বটল

ইস্ৰায়েলত, জলফাই তেলৰ  পৰা  ৰন্ধা-বঢ়া কৰিছিল। ইয়াৰ অনুবাদ এই প্ৰকাৰত কৰিব পাৰি, "ৰন্ধা তেলৰ বটল" বিধবা গৰাকিয়ে ৰুটি বনাবলৈ আটা আৰু তেলৰ ব্য়বহাৰ কৰিছিল।

শব্দৰ অনুবাদ