as_obs-tn/content/19/03.md

643 B

জনহীনস্থান

ই বহুত কম মানুহৰ লগত এক দূৰত্ৱ স্থান আছিল। ইয়াৰ অনুবাদ "মৰুভূমি" বা "গুল্ম" ৰূপতো কৰিব পাৰি

খৰাং

ইয়াৰ অনুবাদ "বৰষুনৰ অভাৱ" ৰ ৰূপত কৰিব পাৰি। এই খৰাং এলিযাই ঘোষনা কৰা এক পৰিণাম।

শব্দৰ অনুবাদ