as_obs-tn/content/19/02.md

1.0 KiB

মই কোৱা পৰ্যন্ত

ইয়াৰ অনুবাদ সেই প্ৰকাৰে কৰিব পাৰি, "যেতিয়ালৈকে মই বৰষুন আৰু নিয়ৰক পুনৰ অহিবলৈ আজ্ঞা নিদিওঁ।"

ইয়াৰ পৰা আহাবক বহুত খং উঠিলে

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "এলিয়াই কোৱা কথা যেতিয়া আহাবে শুনিছিল, তেতিয়া তেওঁ বহুত ক্ৰোধিত হৈছিল।"

শব্দৰ অনুবাদ