as_obs-tn/content/19/01.md

980 B

ইতিহাসৰ দ্বাৰা

এই অভিব্য়ক্তিৰ অৰ্থ হৈছে ঈশ্ৱৰে সকলো কালত বহুত বেলেগ বেলেগ সময়ত ভবিষ্যতবক্তাবোৰক পঠালে, যিসকলে ইস্ৰায়েলৰ আৰু যিহুদীৰ অস্তিত্বত আছিল।

ইস্ৰায়েলীসকল

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "ইস্ৰায়েল আৰু যিহুদাৰ ৰাজ্য়" যাকোবৰ সকলো বংশ, যত যিহুদী ৰাজ্য়ও অন্তৰ্ভক্ত আছিল, তেওঁলোকক "ইস্ৰায়েলী" বুলি কোৱা হয়।

শব্দৰ অনুবাদ