as_obs-tn/content/17/14.md

1.6 KiB

দায়ুদৰ পৰিয়ালত যুঁজ

এই যুদ্ধ খন বহুত গম্ভীৰ আছিল। অন্য় কথাৰ ওপৰিও,তেওঁৰ এজন পুত্ৰই আন এজন পুত্ৰক হত্য়া কৰিলে আৰু দায়ুদৰ ৰজাৰ স্থানটোক লবলে চেষ্টা কৰিছিল, কাৰণ দায়ুদ তেতিয়াও ৰজা আছিল। যদি সম্ভৱ হয়, এনেকুৱা এটা শব্দ প্ৰয়োগ কৰা যাতে পৰিয়ালৰ ভিতৰত এই সংঘৰ্ষৰ তীব্ৰতাক বুজাই।

দায়ুদৰ শক্তি বহুত দুৰ্বল হৈ গৈছিল

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি যে "দায়ুদ দুৰ্বল হৈছিল" বা "দায়ুদে নিজৰ অধিকাৰ হেৰালে।"

বাইবেলৰ এটা কাহিনী

এই প্ৰসংগটো কিছুমান বাইবেল অনুবাদত অলপ বেলেগ হব পাৰে।

শব্দৰ অনুবাদ