as_obs-tn/content/17/12.md

819 B

তেওঁৰ পত্নীৰ লগত যোৱা

এইটো "তেওঁৰ পত্নীৰ লগত অন্তৰংগ হবলৈ ঘৰ যোৱা।" দায়ুদে ইচ্ছা কৰিছিল যে লোকবোৰ, বিশেষকৈ উৰিয়া, এইটো বিশ্ৱাস কৰে যে বেতচেবা উৰিয়াৰ সন্তানৰ দ্ৱাৰা গৰ্ভবতী আছিল।

যত শত্ৰু অধিক বলৱান আছিল

এইটো, যুদ্ধত সেই স্থান যত অধিক যুদ্ধ হৈ আছিল।

শব্দৰ অনুবাদ