as_obs-tn/content/17/11.md

640 B

দূৰত দেখাৰ পৰিবৰ্তে

অৰ্থাত দায়ুদে যি দৃষ্টিৰে তিৰোতাজনীৰ গা ধুৱাটো চাইছিল, তেনেকুৱা চোৱা উচিত নাছিল।

তেওঁ তাইৰ লগত শয়ন কৰিলে

দায়ুদে বেতচেবাৰ লগত যৌনসম্বন্ধ কৰিলে, এই কথা কবলৈ এটা ভদ্ৰ উপায় হয়।

শব্দৰ অনুবাদ