as_obs-tn/content/17/08.md

973 B
Raw Permalink Blame History

এই বাক্য়

সেইটো "ভাববাদীয়ে কোৱা কথা আছিল" ই পুনৰ প্ৰতিজ্ঞাবোৰৰ কথা বুজাইছে [১৭:] (১৭:)।

এইটো ডাঙৰ সন্মান

যিসকলে পাছত বাস কৰিছিল তেওঁলোক দায়ুদক অত্যন্ত সন্মান কৰিছিল, কাৰণ তেওঁৰ বংশধৰ কিছুমান ইস্ৰায়েলৰ ৰজা হব আৰু তেওঁলোকৰ মাজৰ পৰাই কোনো এজন খ্ৰীষ্ট হব।

শব্দৰ অনুবাদ