as_obs-tn/content/17/07.md

1.6 KiB

ভাববাদী নাথন

কিছুমান ভাষাত অধিক স্ৱাভাৱিকভাবে কব পাৰি "নাথন নামৰ এজন ভাববাদী"

যুদ্ধৰ মানুহ

এওঁ "সেই মানুহজন যিজনে যুদ্ধক্ষেত্ৰত যুদ্ধ কৰে" দায়ুদে ইস্ৰায়েলৰ শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰি বহু লোকক মাৰিছিল। ঈশ্বৰে দায়ুদক দণ্ডিত কৰা নাছিল, কিন্তু ঈশ্বৰৰ মন্দিৰ য'ত মানুহে তেওঁক আৰাধানা কৰিব পাৰে তাক নিৰ্মাণ কৰিবলৈ ঈশ্বৰক এজন শান্তলোকৰ প্ৰয়োজন আছিল।

এই মন্দিৰ

এইয়া "এই গৃহ আৰাধানা কৰা গৃহ" বা "ই আৰাধানাৰ স্থল"

পাপৰ পৰা

ই "তেওঁলোকৰ পাপৰ ভয়ানক পৰিণতিৰ পৰা"

শব্দৰ অনুবাদ