as_obs-tn/content/17/05.md

1.1 KiB

তেওঁক সফল কৰিলে

ই "তেওঁ কৰিব বিচৰা ভাল কামবোৰ পূৰ্ণ কৰিবলৈ তেওঁক সহায় কৰিছিল"

তেওঁৰ ৰাজধানী

সেইটো "তেওঁৰ ৰাজ্য়ৰ ৰাজধানী" দায়ুদ যিৰূচালেমত বাস কৰিছিল আৰু তাৰ পৰা শাসন কৰিছিল।

দায়ুদৰ শাসনকালৰ সময়ত

এইয়া "দায়ুদ ইস্ৰায়েল ওপৰত ৰজা হৈ থকা সময়ত" অথবা "সেইটো সময়ত যেতিয়া দায়ুদে ইস্ৰায়েলত ৰজা ৰূপে শাসন কৰিছিল।"

শব্দৰ অনুবাদ