as_obs-tn/content/16/14.md

1.5 KiB

ঈশ্বৰে মিদিয়ন সকলক বিবূধিত পেলালে

ঈশ্বৰে মিদিয়ন সকলক বিবূধিত পেলালে৷ তেওঁলোকে ইস্ৰায়েলীসকলক আক্ৰমণ কৰিব বিচাৰিছিল, কিন্তু তেওঁলোকে নিজকে নিজে আক্ৰমন কৰিলে৷

ইস্ৰায়েলীৰ অৱশিষ্ট সকল

ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি, “আন বহুতো ইস্ৰায়েলী লোক৷” ইয়াত সেই ঘৰলৈ উভটি যোৱা সৈন্য সকলৰ কথা বুজোৱা হৈছে৷ 16:10.

মাতি পঠোৱা হল

সেয়া হৈছে, “বাহিৰলৈ মাতি পঠোৱা হল” বা “নিৰ্দেশ পঠিয়ালে৷” ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “গিদিয়োনে ইস্ৰায়েলী সৈন্য সকলক নিজ নিজ ঘৰৰ পৰা মাতি পঠিয়াবৰ বাবে বাৰ্তাবাহক পঠিয়ালে৷”

অনুবাদৰ শব্দ সমূহ