as_obs-tn/content/16/12.md

791 B

শিং

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “শিঙা” বা “ম’হৰ শিংৰ শিঙা৷” এই শিং সমূহ মতা মেৰৰ পৰা আৰু ইয়াক লোকসকলক যুদ্ধলৈ মাতিবৰ বাবে ব্যৱহাৰ কৰা হয়৷

মশাল

এইয়া এবিধ কাঠত কাপোৰ মেৰিয়াই তেল লগাই জ্বলাই ৰখা সামগ্ৰী৷ (এই আজি আমি ব্যৱহাৰ কৰা তৰ্জ বা জোৰ দৰে নহয়৷)

অনুবাদৰ শব্দ সমূহ