as_obs-tn/content/16/11.md

966 B

তলতলৈ যোৱা

মিদিয়োন সকলে সমতল ভূমিত তম্বু তৰি আছে আৰু তেওঁলোক ইস্ৰায়েলীসকলতকৈ তলৰ ভূমিত নিজৰ স্থিতি লৈ আছিল৷

তোমালোকে আৰু ভয় কৰিব নালাগিব

ইয়াৰ অৰ্থ, “তোমালোকৰ আৰু ভয় নালাগিব৷”

তেওঁ যি এটা সপোন দেখিছিলে

এইয়া হৈছে, “তেওঁ সপোনত যি দেখিছিলে” বা “এটা সপোন যাক তেওঁ দেখিছিলে৷”

অনুবাদ শব্দ সমূহ