as_obs-tn/content/16/09.md

1.8 KiB

চিন

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “আচৰিত” বা “অসম্ভৱ বিষয়”

মেৰৰ ছাল

এইয়া মেৰৰ ছাল হয় যি নোমেৰে পৰিপূৰ্ণ৷ এই নোম অতিশয় ঘন আৰু জট লগা থাকে য’ত পানী জমা হৈ থাকে৷ ইয়াক এনে দৰে অনুবাদ কৰিব, যাতে এই ছাল যে কোমল আৰু নোমেৰে পৰিপূৰ্ণ হৈ থাকে সেই বিষয়টো স্পষ্ট হৈ পৰে৷

পুৱাৰ নিয়ৰ পৰিবলৈ দিয়ক

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “পুৱাৰ নিয়ৰ প্ৰকাশ হওক” বা “পুৱাৰ নিয়ৰ বাহিৰলৈ আহিব দিয়ক৷” “নিয়ৰ” হৈছে পানীৰ টোপাল যি ৰাতিপোৱা মাটিত দেখিবলৈ পোৱা যায়৷ পোৱাৰ নিয়ৰে প্ৰাকৃতিক ভাৱে সকলোবোৰ সাঙুৰি লয়৷

ঈশ্বৰ তাক কৰিলে

ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি, “গিদিয়োনে বিচৰাৰ দৰে ঈশ্বৰে তেওঁলোকলৈ কৰিলে৷”

অনুবাদৰ শব্দ সমূহ