as_obs-tn/content/16/07.md

1.1 KiB

আপোনালোকে কিয় তোমালোকৰ দেৱতাক সহায় কৰিব বিচাৰিছা ?

এইটো সংবাদ পাবৰ বাবে সোধা প্ৰকৃত প্ৰশ্ন নহয়৷ ইয়াক এনেদৰেও অনুবাদ কৰিব পাৰি, “আপোনালোকে আপোনালোকৰ দেৱতাক সহায় কৰিব নালাগিছিল” বা, “আপোনালোকে আপোনালোকৰ দেৱতাক সহায় কৰাৰ প্ৰয়োজন নাছিল৷”

তেওঁ যদি সঁচাকৈয়ে ঈশ্বৰ হয় তেনেহলে তেওঁ নিজে নিজকে ৰক্ষা কৰক৷

ইয়াৰ অৰ্থ, “তেওঁ যদি প্ৰকৃতাৰ্থ ঈশ্বৰ হল হয়, তেওঁ নিজকে ৰক্ষা কৰিব পাৰিলে হয়৷”

অনুবাদৰ শব্দ সমূহ