as_obs-tn/content/16/06.md

1.3 KiB

ধ্বংস কৰি পেলোৱা

ইয়াৰ অৰ্থ, “বেয়াকৈ আঘাত কৰি নষ্ট কৰা” বা “ধৰি-বান্ধি আনি ধংস কৰা৷”

লোকসকললৈ ভয় কৰিলে

গিদিয়োন সকলে তেওঁলোকৰ সহযোগি ইস্ৰায়েলী সকলক ভয় কৰিলে, যিসকলে একে দেৱতাকে পুজা কৰে তেওঁলোক ক্ৰোধিত হব পাৰে৷

ৰাতি নোহোৱা পৰ্যন্ত অপেক্ষা কৰিলে

ইয়াক এনে দৰেও কব পাৰি, “সন্ধিয়া নোহোৱা পৰ্যন্ত অপেক্ষা কৰিলে ৷” গিদিয়োন সকলে ৰাতি সকলোৱে শুৱাৰ পাছত সেই বেদি নষ্ট কৰিলে, যাতে কোনে তাক কৰিলে কোনোৱে জানিব নোৱাৰিব৷

অনুবাদৰ শব্দ সমূহ