as_obs-tn/content/16/05.md

1.9 KiB

এদিনাখন

ইয়াৰ দ্বাৰাই আগতে ঘটা ঘটনা এটাৰ বিষয়ে কব বিচৰা হৈছে, কিন্তু কোনো নিৰ্দিষ্ট দিনক উল্লেখ কৰা হোৱা নাই৷ বহু ভাষাত এনে দৰেই কোনো এটা সত্য কাহিনীৰ আৰম্ভণ কৰা দেখিবলৈ পোৱা যায়৷

শষ্য মৰণা মৰা

ধন খেতিৰ কথা কোৱা হৈছে য’ত বহুতো সৰু সৰু গুটি থাকে৷ “মৰণা মৰা” বাক্যৰ দ্বাৰা এই গুটি সমূহক তাৰ ঠাৰিৰ পৰা পৃথক কৰা আৰু ইয়াক তেওঁলোক কোনো বস্তুত মৰিয়াই সেই গুটি সমূহ পৃথক কৰা বুজাইছে৷ সেই গুটি সমূহ আহাৰ হিচাপে ব্যৱহাৰ কৰা হয় কিন্তু ঠাৰি সমূহ নহয়৷

গোপনে

গিদিয়োন সকলে গোপন স্থানত সেই শষ্য মৰণা মাৰি আছিল, যাতে মিদিয়ান সকলে জানিব নোৱাৰে৷

ঈশ্বৰ তোমাৰ লগত আছে

ইয়াৰ অৰ্থ , “ঈশ্বৰ তোমাৰ লগত বিশেষ ধৰণে আছে” বা “ঈশ্বৰে তোমাক বিশেষ ধৰণে ব্যৱহাৰ কৰাৰ পৰিকল্পনা আছে৷”

অনুবাদৰ শব্দ সমূহ