as_obs-tn/content/16/03.md

1.4 KiB

ঈশ্বৰে যোগালে

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “ঈশ্বৰে নিৰ্বাচন কৰিলে” বা “ঈশ্বৰে নিযুক্তি দিলে” বা “ঈশ্বৰে তুলি ধৰিলে৷”

শান্তি আনিলে

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “লোকসকলক নিসংশয় হৈ বাস কৰিবলৈ দিলে” বা “যুদ্ধ শেষ কৰিলে” বা “তেওঁলোকৰ শত্ৰুৰ আক্ৰমন বন্ধ কৰালে৷”

ভূমি

ই কনানক বুজাইছে, ঈশ্বৰে অব্ৰাহমক দিয়া সেই প্ৰতিজ্ঞাৰ ঠাই৷

লোকসকলে ঈশ্বৰক পাহৰিলে

ইয়াৰ অৰ্থ, “লোকসকলে ঈশ্বৰৰ চিন্তা কৰিবলৈ এৰিলে আৰু তেওঁৰ যি আজ্ঞা তাক অবহেলা কৰিলে৷”

অনুবাদৰ শব্দ সমূহ