as_obs-tn/content/15/12.md

1.2 KiB

ঈশ্বৰে......ভূমি দিলে

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “ঈশ্বৰে প্ৰতিটোক গোষ্ঠিকে এটুকুৰাকৈ মাটি দিলে” বা “ঈশ্বৰে প্ৰতিজ্ঞা কৰা দেশৰ কোন টুকুৰা অঞ্চল ইস্ৰায়েলীৰ কোন গোষ্ঠিক দিব তাক নিৰ্ধাৰণ কৰি দিলে৷ ”

ঈশ্বৰে ইস্ৰায়েলীসকলৰ সীমাত শান্তিৰে স্থাপন কৰিলে

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “ঈশ্বৰে ইস্ৰায়েলী সকলক তেওঁলোকৰ চাৰিও কাষে থকা জাতিবোৰৰ সৈতে শান্তিৰে থাকিবৰ ব্যৱস্থা কৰি দিলে৷”

অনুবাদৰ শব্দ সমূহ