as_obs-tn/content/15/09.md

998 B

ঈশ্বৰে ইস্ৰায়েলী সকলৰ হৈ যুদ্ধ কৰিলে

ঈশ্বৰে ইস্ৰায়েলী সকলৰ হৈ ইস্ৰায়েলৰ শত্ৰু সকলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷

আমোৰীয়া সকল

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “আমোৰীয়া সকল ভয় খালে” বা আমোৰীয়া সকল দলবদ্ধ ভাৱে যুজ কৰাত বিফল হল৷

ডাঙৰ শিলাবৃষ্টি

ইয়াক অনুবাদ কৰিব পাৰি, “অতিবৃহৎ বল আকৃতিৰ বৰফৰ টুকুৰা আকাশাৰ পৰা সৰি পৰিছিল৷”

অনুবাদৰ শব্দ সমূহ