as_obs-tn/content/15/08.md

1.2 KiB

গিবোনাইট সকল কাষ পাবলৈ

ইয়াৰ অৰ্থ, “গিবোনাইট সকলক লগ পাবলৈ” বা “গিবোনাইট সকল যি ঠাইত থাকে সেই ঠাই পাবলৈ৷” গিবোনাইট সকল কনানত বাস কৰে, কিন্তু যিহেতু কনান এখন বৃহৎ ঠাই হোৱা হেতুকে ইস্ৰায়েলী সকল তেওঁলোক থকা স্থান পাবৰ বাবে গোটেই নিশা যাত্ৰা কৰিব লগা হৈছিল৷

তেওঁলোকে আমোৰীয়া সকলক আচৰিত কৰি পেলাই

ইস্ৰায়েলি বিলাকে যে তেওঁবিলাকক আক্ৰমন কৰিব আহিছে সেই কথা আমোৰীয়া সকল জনা নাছিল৷

অনুবাদৰ শব্দ সমূহ