as_obs-tn/content/15/04.md

894 B

তেওঁলোকে শেষ বাৰৰ বাবে যেতিয়া নগৰ পৰিদৰ্শণ কৰি আছিল

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “শেষৰ বাৰ নগৰ পৰিদৰ্শণৰ কৰাৰ সময়ত”

তেওঁলোকৰ তূৰী বজালে

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “তেওঁলোকে তেওঁলোকৰ তূৰী ধ্বনি কৰিলে” বা “তেওঁলোকে নিজৰ তূৰী বজালে৷” এই তূৰী সমূহ মতা মহৰ শিংৰ পৰা নিৰ্মাণ কৰা হৈছিল৷

অনুবাদৰ শব্দ সমূহ